মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ) অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান

এগ্ৰিগ্ৰেট

এগ্ৰিগ্ৰেট হৈছে কিছুমান মিনাৰেল সামগ্ৰী যেনে বালি , গ্ৰেভেল আৰু ভঙা শিল আদি যিবোৰে বন্ধা মাধ্যম যেনে পানী, বিটুমেন, পোৰ্টলেন্ড চিমেন্ট , চূণশীল আদিৰ লগৰ মিহলি কৰি সামগ্ৰী তৈয়াৰ কৰা হয় যেনে বিটুমিনাচ কংক্ৰিট আৰু চিমেন্ট কংক্ৰিটৰ- এইবোৰৰ বাবে ব্য‌ৱহৃত এটা সামগ্ৰিক শব্দ । এগ্ৰিগ্ৰেত হয়তো প্ৰাকৃতিক নতুবা কৃত্ৰিমভা‌ৱে প্ৰস্তুত কৰা হ'ব পাৰে । সাধাৰণতে প্ৰাকৃতিক এগ্ৰিগ্ৰেট ডাঙৰ শিল কো‌ৱাৰীত ভাঙি নিষ্কাষণ কৰা হয় । নিষ্কাষণ কৰা শিলবোৰ সাধাৰণতে মেকানিকেল ভাঙোনৰ পাছত সৰু সৰু ব্যৱহাৰযোগ্য শিললৈ পৰিণত কৰা হয় । কৃত্ৰিমভা‌ৱে উৎপাদিত এগ্ৰিগ্ৰেটসমূহ সাধাৰণতে অন্য উৎপাদনকাৰী উদ্যোগৰ উপ-উৎপাদন হয় ।

পথৰ নিৰ্মানত ব্য‌ৱহৃত হো‌ৱা মিশ্ৰিত এগ্ৰিগ্ৰেটে নিৰ্মাণৰ সময়ত ৰোলাৰৰদ্বাৰা কৰা ভাঙোনৰ প্ৰতি আৰু বেছি ট্ৰেফিকৰ সময়ত অধিক পৃষ্ঠ-শোষণৰ সহনশীলতা প্ৰদৰ্শন কৰিব লাগে । মিশ্ৰিত এগ্ৰিগ্ৰেটৰ শক্তিৰ মূল্য এগ্ৰিগ্ৰেট খুণ্ডন মূল্য নিৰীক্ষণ আৰু এগ্ৰিগ্ৰেট ভাঙোণ মূল্য নিৰীক্ষাৰ জৰিয়তে নিৰূপন কৰা হয় ।

পথ নিৰ্মাণত ব্য‌ৱহৃত এগ্ৰিগ্ৰেটৰ আৰু এটা অন্যতম গুণাগুণ হৈছে ‌পিন্ধা বা কঠিনতাৰ প্ৰতি সহনশীলতা প্ৰদৰ্শণ কৰাটো, বিশেষকৈ ‌ৱেৰিং কোৰ্চৰ সময়ত ।

এটা পথৰ উত্তম শক্তি পো‌ৱা যায় এগ্ৰিগ্ৰেটৰ মেকানিকেল বান্ধোনৰপৰা যি এগ্ৰিগ্ৰেটৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে বিশেষকৈ ফ্লেকিনেচ আৰু এলংগেছনৰ ক্ষেত্ৰত এগ্ৰিগ্ৰেটৰ আকাৰৰ নিৰীক্ষণ তথা মূল্যায়ন পথৰ উন্নত মানৰ কামৰ বাবে অতিকেই প্ৰয়োজনীয় ।

এগ্ৰিগ্ৰেটক সিঁহতৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি কোৰ্চ এগ্ৰিগ্ৰট আৰু ফাইন এগ্ৰিগ্ৰেট হিচাপে দুই ৰকমে ভগাব পাৰি । কোৰ্চ/ফাইন এগ্ৰেগ্ৰেটে IS:383ৰ সুনিৰ্দিষ্ট মান মানিব লাগিব আৰু IS:2386ৰ ভাগ ১ৰ পৰা ভাগ ৮ৰ মতে পৰীক্ষা-নিৰীক্ষাসমূহ সম্পাদন কৰা হ'ব । শিলৰ কাম-কাজৰ বাবে ফাইন এগ্ৰিগ্ৰেট (বালি)য়ে IS:2116ৰ প্ৰামাণিক চৰ্তসমূহ মানিব লাগিব ।

অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ অনুষ্ঠানৰ এগ্ৰিগ্ৰেট শাখা হৈছে ARR&TI ৰ অধীনৰ অতি প্ৰয়োজনীয় শাখা আৰু অসমত গঠন উদ্যোগৰ ক্ষেত্ৰত পৰীক্ষাগাৰত ভিন্ন পৰীক্ষাসমূহ সম্পন্ন কৰি ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

এগ্ৰিগ্ৰেট শাখাৰ স‌ৱিশেষ তলত দিয়া হ'ল -

ক্ষেত্ৰ৭০.৬০ বৰ্গ মিটাৰ
পৰীক্ষাগাৰ  কৰ্মচাৰী২ জন
যোগাযোগসঞ্চালক, অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান , PWRD,
ফতাশিল, আমবাৰী , গু‌ৱাহাটী -২৫
অসম
ইমেইলrrldirector@gmail.com
arrntisociety@gmail.com

এগ্ৰিগ্ৰেট শাখাত কৰা পৰীক্ষাসমূহ অনুমোদিত দৰৰ সৈতে তলত দিয়া হ'ল -

ক্ৰমিক নং-পৰীক্ষাগাৰৰ নামনিৰীক্ষাৰ নামনিৰীক্ষাৰ দৰ  (টকা )ব্য‌ৱহাৰ কৰা সজুলী/সামগ্ৰী
এগ্ৰিগ্ৰেট  শাখাএগ্ৰিগ্ৰেট খুণ্ডন মূল্য (A.I.V)২৮৭এগ্ৰিগ্ৰেট খুণ্ডন নিৰীক্ষা মেছিন
২.মূল্যায়ন২৬০ভিন্ন এপেৰেছাৰৰ I.S. sievesৰ এটা চেট
৩.ফ্লেকিনেচ সূচাংক আৰু ইলংগেছন সূচাংক (FI আৰু EI)২২৩ফ্লেকিনেচ সূচাংক গ'জ  আৰু ইলংগেছন সূচাংক গ'জ
৪.পানী শোষণ১৬১অ'ভেন , ভাৰসাম্যতা আদি .
৫.শোষণ মূল্য৩৩৫লছ এঞ্জলছ  শোষণ নিৰীক্ষা সামগ্ৰী
৬.খুন্ডন মূল্য৩৭১সংকোচন নিৰীক্ষা মেছিন (হাত চালিত )
৭.সমূহীয়া ঘনত্ব১৩২সমূহীয়া ঘনত্ব  মাউল্দ, ভাৰসাম্যতা আদি .
৮.আৰ্দ্ৰতা পৰিমাণ৪২ভাৰসাম্য , আৰ্দ্ৰতা মিটাৰ
৯.স্পেচিফিক মধ্যাকৰ্ষণ১৫৭Pycnoমিটাৰ , আদি
১০.ফাইন এগ্ৰিগ্ৰেটৰ চিয়েভ বিশ্লেষণ ( F/M আৰু  চিল্টৰ শতকৰা  পৰিমাণ ধৰি)২৮৬চিয়েভ শ্বেকাৰ , IS Sieves এটা চেট
১১.প্ৰক্টৰ নিৰীক্ষা৪৭৩প্ৰক্টৰ মাউল্দ, হাতুৰী , Sieves আদি .