মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ) অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান

প্ৰশিক্ষণ, গৱেষণা আৰু পৰীক্ষাগাৰ

  • AAR&TI ৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচী

    PWRD কৰ্মীৰ প্ৰশিক্ষণ

    ARR&TI প্রতিষ্ঠাৰপৰাই নিয়মিত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰি আহিছে ।২০১৩ৰ পৰা ২০১৬বৰ্যলৈকেযোৱা চাৰিটা বছৰে ২৪ টী প্রশিক্ষণ কর্মসূচী সফলভাবে ARR&TI দ্বাৰা পৰিচালিত হৈছে । বর্তমানে চলিত ২০১৭চনতARR&TI ৰঅধীনত ১০ টি প্রশিক্ষণ কর্মসূচী ইতিমধ্যে পৰিচালিত হৈছে।বিগত চাৰি বছৰে৯০৭ টা পাবলিক ওৱাৰ্কছপথ বিভাগৰ কর্মচাৰীক প্রশিক্ষিত কৰা হৈছে ।

    যোৱা পাঁচ বছৰত ARR&TI ৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচী

    ক্ৰমিক নংবৰ্ষবছৰটোৰ ভিতৰত আয়োজিত প্ৰশিক্ষণৰ সংখ্যা
    ২০১৩
    ২০১৪১৩
    ২০১৫
    ২০১৬
    ২০১৭ (আগষ্টলৈকে)১০
     মুঠ৩৪

    ঠিকাদাৰৰ কৰ্মীৰ বাবে ARRTI ৰ প্ৰশিক্ষণ

    পথৰ ক্ষেত্ৰত পেছাদাৰীআৰু নির্মাণ কর্মীৰ দক্ষতা উন্নয়নৰ প্রয়োজনীয়তাক স্পৰ্শ কৰিবৰ বাবে, ২০১৬ চনৰ ১৮-১৯ আগষ্টত পথ উন্নয়ন বৃদ্ধিৰ বাবে বিশ্ববেংকৰ সহায়ত অসম ৰাজ্যিকপথ প্রকল্পৰ অধীনত তাৰপথ ক্ষেত্ৰৰ আধুনিকীকৰণকাৰ্যসূচীৰ অংশ হিচাপেদুদিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছিল। যত ৬৪ জনেঅংশ গ্ৰহণ কৰে ।

    বিভাগীয় পৰীক্ষা অনুষ্ঠিত কৰাতARRTI ৰ ভূমিকাঃ

    ১১জানুৱাৰী২০১৭ তাৰিখৰ ৰাজ্যপালৰ আদেশ মৰ্মে বিভাগীয় পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ ARRTI ৰ সঞ্চালকে কমিটিৰ অধ্যক্ষক নিয়োগ কৰিব ।

    গৱেষণা:

    ARR&TIয়ে তলত উল্লেখ কৰা ধৰণৰে এনোকুৱা এটা পৰিকল্পনা হাতত লৈছে যাৰ দ্বাৰা পথৰ আন্তঃগাঁঠনিসহ এক স্থায়ী অসম ৰাজ্যিক পৰ্যায়ৰ প্ৰযুক্তিগত গৱেষণা কাৰ্যসূচীৰ আৰম্ভণী ,প্ৰয়োগ আৰু সমন্বয় ঘটাব পাৰে-

    • পৰিকাঠামোকামৰ ব্যবহাৰৰ বাবে স্থানীয় উপকৰণৰ পৰিচয় ও শ্রেণীবিভাগ
    • অর্থনৈতিক-শব্দ অভিযান্ত্ৰীক, পৰিকল্পনা আৰু ব্যবস্থাপনাৰ শ্ৰেষ্ঠ অনুশীলন
    • উদ্ভাবনী প্রযুক্তি আৰু চর্চা যিয়ে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আৰু চিষ্টেমৰ বিধান, পৰিচালনা ও ব্যবস্থাপনা জাতীয় চ্যালেঞ্জ মোকাবেলা কৰা
    • পথৰ নিৰাপত্তাসহ পথ গবেষণা কার্যকৰী ব্যবস্থাপনা আৰু প্রচাৰ
     

    গৱেষণাগাৰ:

    ARR&TI ৰ পাঁচটা গৱেষণাগাৰ আছে যি পথ পুল নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ পৰীক্ষা কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছে । ভাৰত চৰকাৰৰ গ্ৰামীণ বিকাশ মন্ত্ৰণালয়ৰ ৰাষ্ট্ৰীয় গ্ৰামীণ পথ বিকাশ সংস্থাৰ দ্বাৰা প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধিনত কাম কৰিবৰ বাবে প্ৰয়োজনীয় সকলো প্ৰকাৰৰ গুণগত মান নিৰূপন পৰীক্ষাও এই গৱেষণাগাৰ সমূহত সম্পন্ন কৰা হয় ।

    ARR&TI ৰ অধিনত থকা গৱেষণাগাৰ সমূহ হলঃ

    • মাটি বিভাগ
    • মাটি জৰীপ বিভাগ
    • সমষ্টিগত বিভাগ
    • বিটুমেন বিভাগ
    • চিমেন্ট বিভাগ