মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ) অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান

আমি কি কৰো

  • অভিযান

    ARRTIবাবে মিছন আৰু দৃষ্টিভঙ্গীৰ ওপৰত বিদ্যমান ডকুমেন্টেছন অধ্যায় 2 পোৱা যায় । পুনর্গঠিত ARRTI বৃহত্তৰ কভাৰেজ থাকিব আৰু সেইবাবে সংশোধিত খচৰা মিছন এটাৰ উপস্থাপন কৰা হয় ।

    ARRTIৰ লক্ষ্য PWRDআৰু অন্যান্য ক্ষেত্রৰ ষ্টেকহোল্ডাৰৰ সমর্থন কৰিবৰ বাবে হয়:

    ৰাষ্ট্ৰীয় ঘাইপথ চেক্টৰৰ আন্তঃগাঁঠনিৰ গুণগত মান ও কার্যকাৰিতা উন্নত কৰাৰ বাবে ছেক্টৰ-ভিত্তিক গবেষণা পৰিচালনা

    ঘাইপথ আন্ত:গাঁঠনি চো‌ৱাচিতা আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত GoAৰ সামৰ্থ্য বঢ়ো‌ৱাই।

    অর্থনীতিৰ দক্ষ চেক্টৰ ব্যবস্থাপনাৰবাবে সর্বোত্তম অনুশীলন, আধুনিক প্রযুক্তি আৰু গুণগত পদ্ধতি বাস্তবায়নে PWRDআৰু ষ্টেকহোল্ডাৰক সহায় কৰা।

    সে‌ৱাৰত অবDস্থাতে PWRDৰ অভিযন্তা আৰু প্ৰযুক্তিগত কৰ্মচাৰীসকলক প্ৰফেচনাল প্ৰশিক্ষণ দিয়া আৰু খৰতকীয়াভা‌ৱে সলনি হৈ থকা অভিযান্ত্ৰিক বিজ্ঞান, অভ্যাস আৰু গ‌ৱেষণাৰ ব্য‌ৱহাৰিক আৰু ধাৰণাভিত্তিক জ্ঞান আৰু উন্নত প্ৰযুক্তিৰ প্ৰশিক্ষণ দিয়া ।

    PWRD তথা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্য ষ্টেকহোল্দাৰৰ সকলো অভিযন্তা তথা কৰ্মচাৰীকে ARRTIযে প্ৰশিক্ষন দিয়াৰ পৰিকল্পনা আছে । , ARRTIৰ খচৰা মিছন হৈছে এনেধৰণৰ - "চৰকাৰী আৰু ব্যক্তিগত ক্ষেত্ৰ (ঠিকাদাৰ , আলোচক , হিচাপ নিৰীক্ষকসকল , প্ৰকল্পসমূহৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোককো সামৰি) প্ৰযুক্তিগত আৰু ব্য‌ৱস্থাপনা প্ৰশিক্ষণ / গ‌ৱেষণা দিবলৈ আৰু পথ নেট‌ৱৰ্ক সম্বন্ধীয় কাম-কাজৰ উন্নয়ন আৰু চো‌ৱাচিতা কৰাত সহায় কৰিবলৈ যাতে তেওঁলোকে কৰ দিওতাসকলক মূল্য দিব পাৰে । ARRTI'ৰ পৰিকল্পনা আৰু মিছনৰ ভিতৰত জ্ঞানৰ উপাদানসমূহ যিয়ে ফ্ৰেম‌ৱৰ্ক স্থাপন কৰে আৰু পথ-প্ৰদৰ্শক সে‌ৱা প্ৰদান কৰে সেয়া তলত দিয়া হ'ল । পথ গ‌ৱেষণা প্ৰতিষ্ঠান আৰু প্ৰশিক্ষণ ব্য‌ৱস্থাপনাৰ এই অংশসমূহ , যিয়ে প্ৰতিফলিত কৰে বিশ্বজনীন উৎকৃষ্ট অনুশীলনৰ ,সেয়া হ'ল (i) জ্ঞান সৃষ্টি ; (ii) জ্ঞান ব্য‌ৱস্থাপনা ; আৰু (iii) জ্ঞান বিতৰণ ।

    জ্ঞান সৃষ্টি (KC) য়ে ক্ষেত্ৰ-বিশিষ্ট প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তাক সূচায় । ARRTIৰ ক্ষেত্ৰত ই সীমা অতিক্ৰম কৰি জ্ঞানৰ অভা ‌ৱৰ হেতু অগ্ৰসৰ হ'ব পৰা খুব গুৰুত্বপূৰ্ণ ভ‌ৱিষ্যৎ কৰ্মপন্থাৰ পেছাদাৰী ইঞ্জিনিয়াৰীং আৰু প্ৰযুক্তিগত কৰ্মজোৰ উন্নয়ন বুজায় । ইয়াৰ অবিহনে, উদাহৰণ স্বৰূপে, অতি প্ৰভা‌ৱশীল সফল পথ চো‌ৱাচিতাই বুজায় যথেষ্ট মানুহ যিয়ে এতিয়াৰ আৰু ভ‌ৱিষ্যতত ইনফ্ৰাষ্ট্ৰাকছাৰৰ খৰছৰ অৱচনতি কম কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানৰ অধিকাৰী হয় ।

    জ্ঞান ব্য‌ৱস্থাপনা (KM) হৈছে উৎকৃষ্ট অনুশীলনৰ এটা গুৰুত্বপূৰ্ণ দিশ । ইয়ে জ্ঞান কেনেকৈ সংগ্ৰহ কৰা হয় , ৰখা হয় আৰু সসম্ভা‌ৱনাপূৰ্ণ ব্য‌ৱহাৰকাৰীৰ বাবে উপলব্ধ হ'ব পাৰে তাক বুজায় ।

    জ্ঞান বিতৰণ (KD) হৈছে তৃতীয়টো সাধাৰণ অংশ । উৎকৃষ্ট অনুশীলনত সামগ্ৰিক প্ৰশিক্ষণ অনুষ্ঠান যিয়ে বিভিন্ন উপায়েৰে গ‌ৱেষণালব্ধ ধাৰণাসমূহৰ ব্যাপ্তি আৰু প্ৰযুক্তিৰ ব্য‌ৱবহাৰৰ বাবে, ধাৰণ ক্ষমতা উন্নয়ণৰ বাবে, বজাৰ সংযোগ আৰু চলো‌ৱাৰ পৰিকল্পনাক সামৰি লয় ।

    দূৰ-দৃষ্টি

    PWRDৰ দৃষ্টিক সহযোগ কৰাই হৈছে ARRTIৰ উদ্দেশ্য । ইয়াৰ ভিতৰত সামৰি লো‌ৱা হৈছে PWRDত সে‌ৱাৰত, অন্য উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্যত সে‌ৱাৰত PWDৰ অভিযন্তা আৰু প্ৰযুক্তিগত কৰ্মচাৰীসকল প্ৰশিক্ষণ দিয়া আৰু মুঠৰ ওপৰত কিছু পৰিমাণে প্ৰতিষ্ঠানৰ মান‌ৱ-সম্পদৰ ঠিকাদাৰিত্ব তথা পৰামৰ্শ প্ৰদান কৰা । অতি দ্ৰুতভা‌ৱে সলনি আৰু বৰ্ধিত হৈ থকা অভিযান্ত্ৰিক বিজ্ঞান, অনুশীলন তথা গ‌ৱেষণাৰ ব্য‌ৱহাৰিক আৰু ধাৰণামূলক দুয়োটাক্ষেত্ৰত পেছাদাৰী প্ৰশিক্ষণৰ প্ৰয়োজন আছে । PWRDৰ সকলো অভিযন্তাকে সে‌ৱাৰত অৱআস্থাতে প্ৰশিক্ষণ দিয়াটো ARRTIৰ এটা প্ৰাথমিক উদ্দেশ্য আছে । ইয়াৰ ওপৰিও প্ৰায়োগিক গ‌ৱেষণাৰে ঘাইপথ ইনফ্ৰাষ্ট্ৰাকছাৰক সামৰি অসম ৰাজ্যৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰযুক্তিগত গ‌ৱেষণা অনুষ্ঠান প্ৰস্তা‌ৱণা লো‌ৱা , পৃষ্ঠপোষকতা কৰা আৰু সমন্বয়ৰক্ষা কৰাৰ বাবে ই পোষকতা কৰে -

    আন্ত:গাঁঠনি ৰ কামত স্থানীয় সামগ্ৰী ব্য‌ৱহাৰ কৰাৰ উদ্দেশ্যে চিনাক্তকৰণ আৰু শ্ৰেণীবিভাজন কৰা, অৰ্থনৈতিকভা‌ৱে উন্নত ইঞ্জিনীয়াৰিং, পৰিকল্পনা আৰু ব্য‌ৱস্থাপনাৰ উৎকৃষ্ট অনুশীলন ।

    উদ্ভা‌ৱনীয় প্ৰযুক্তি আৰু অনুশীলন যিয়ে ঘাইপথ ইনফ্ৰাষ্ট্ৰাকছাৰ আৰু প্ৰণালীৰ সুবিধা , কাম-কাজ তথা ব্য‌ৱস্থাপনাক গুৰুত্ব দিয়ে ।

    পথ সুৰক্ষাক সামৰি পথ গ‌ৱেষণাৰ প্ৰভা‌ৱশালী ব্‌াৱস্থা তথা ব্যাপ্তি ।

    লগতে, প্ৰস্তুত কৰা আৰু নীতি-নিৰ্দেশনা তথা প্ৰামাণিক পদ্ধতি ব্য‌ৱহাৰ কৰি নতুন ঘাইপথ ক্ষেত্ৰীয় সামগ্ৰী আৰু উৎপাদনৰ নীৰিক্ষণ কৰা । ইনফ্ৰাষ্ট্ৰাকছাৰ সজা, চো‌ৱাচিতা কৰা আৰু পৰিচালনা কৰাৰ এটা ডাটাবেচ ক্ষেত্ৰীয় স্টেকহোল্ডাৰসকলে যাতে সহজতে অনলাইনত পাব পাৰে সেয়া বনো‌ৱাত সহায় কৰা । ARRTIৰ দূৰদৃষ্টি সফল হ'বৰ বাবে প্ৰয়োজনীয় এখন তালিকা সংযোজন-২৪ত দিয়া হৈছে ।