মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ) অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান

মাটি জৰীপ কৰা

উপ-ভূমি হৈছে ভূপৃষ্ঠৰ শীৰ্ষ-ভূমিৰ তলত থকা মাটিৰ তৰপ । শীৰ্ষ-ভূমিৰ দৰে ইয়ো তৈয়াৰী হৈছে বালি, স্লিট আৰু বোকাৰ সৰু কণাৰ এটা মিশ্ৰিত উপাদানেৰে । গাঁঠনিবোৰৰ উন্নত প্ৰদৰ্শনৰ বাবে মাটি আৰু শিলৰ ইঞ্জিনিয়াৰীং গুণাগুণ নিৰ্ধাৰণ আৰু সেইবোৰৰ ধাৰক গুণাগুণ সাধাৰণতে ক্ষেত্ৰ পৰীক্ষা যেনে প্ৰামাণিক পেনিট্ৰেছন পৰীক্ষা, শংকু পৰীক্ষা আদিৰ দ্বাৰা নিৰূপিত কৰা হয় ।

অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এই শাখাটো‌ৱে উপ-ভূমিৰ নমুনাত কৰিবলগীয়া উপ-ভূমি অনুসন্ধান আৰু ভিন্ন পৰীক্ষাগাৰিক পৰীক্ষাসমূহ সম্পন্ন কৰে । ভূমিৰ গুণাগুণ যেনে স্পেচিফিক গ্ৰেভিটি,মাটিৰ আৰ্দ্যতা পৰিমাণ, মাটিৰ অভিযান্তিক গুণাগুণ, কণাৰ আকাৰ বিশ্লেষণ, চিয়েৰ শক্তি, আদি পৰীক্ষা এই শাখাই চো‌ৱাচিতা কৰে । এই নমুনাসমূহৰ পৰীক্ষাসমূহৰ ফলাফলে ভিন্ন ভেটি ডিজাইন, গাঁঠনি ডিজাইন, মাটিৰ তলৰ গাঁঠনি আৰু মাটিক ধৰা ৰখা ডিজাইন, ফুটপাথ ডিজাইন আদিৰ সমস্যা সমূহ সমাধান কৰাত সহায় কৰে ।

ক্ষেত্ৰ৬০ বৰ্গ মিটাৰ (অনুমানিক)  
পৰীক্ষাগাৰৰ কৰ্মচাৰীসহকাৰী অভিযন্তা , বৈজ্ঞানিক সহকাৰী, বিয়েৰাৰ
যোগাযোগৰ বাবেসঞ্চালক, অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান , PWRD,
ফতাশিল, আমবাৰী , গু‌ৱাহাটী -২৫
অসম
ইমেইলrrldirector@gmail.com
arrntisociety@gmail.com

ভূমি শাখাত সম্পন্ন কৰা পৰীক্ষাসমূহ অনুমোটিত দৰত তলত দিয়া হ'ল -

ক্ৰম নং-পৰীক্ষাগাৰৰ নামপৰীক্ষাৰ নামপ্ৰতি পৰীক্ষাৰ দৰ (টকাত)ব্য‌ৱহৃত সামগ্ৰী / বয়-বস্তু 
১.মাটি জৰীপ শাখাপ্ৰত্যক্ষ চিয়েৰ পৰীক্ষাৰ দ্বাৰা চিয়েৰ পেৰামিটাৰ নিৰূপন১৭৩প্ৰত্যক্ষ চিয়েৰ পৰীক্ষাৰ মেছিন
ট্ৰাইএক্সিয়েল পৰীক্ষাৰ দ্বাৰা চিয়েৰ পেৰামিটাৰ নিৰূপন  ৫৬০ট্ৰাইএক্সিয়েল পৰীক্ষা মেছিন
৩.মাটিৰ unconfined সামগ্ৰিক শক্তি  নিৰূপন কৰা৭৭ট্ৰাইএক্সিয়েল  পৰীক্ষা মেছিন
৪.মাটিৰ সামগ্ৰিক গুণাগুণ নিৰূপন৭৭৭সামগ্ৰিক পৰীক্ষা সঁজুলি
৫.নিৰূপন পাৰ্মিয়েবিলিতি (ধ্ৰু‌ৱক শিৰ পৰীক্ষাৰ দ্বাৰা )৫৯৫ধ্ৰু‌ৱক শিৰ  পাৰ্মিয়েবিলিতি সঁজুলি
৬.মাটিৰ Atterberg সীমা নিৰূপন২৩১Casagr আৰু e সামগ্ৰী
৭.চেইভিঙৰ দ্বাৰা গ্ৰেইন আকাৰ বিতৰণ৯১বিভিন্ন আকাৰৰ IS Sieves, তুলাচনী  আদি
৮.ঘনত্ব বটলৰদ্বাৰা বিশিষ্ট গ্ৰেভিটি নিৰূপণ৯৮বিশেষ ঘনত্ব বটল , তুলাচনী আদি
৯.পানীৰ পৰিমাণ নিৰ্ণয়  (অভেন শুকু‌ৱা পদ্ধিতৰদ্বাৰা )৪২ইলেক্ট্ৰিক অভেন, তুলাচনী আদি