মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ) অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান

আন্তঃগাঁঠনি

অন্যান্য সংস্থাৰ বাবেARRTI দ্বাৰা পৰীক্ষা কৰ্ম সম্পন্ন - আয় অর্জিত হৈছেঃ

ARRTIৰ দ্বাৰা প্রদত্ত এই পৰিসেৱাৰ মাধ্যমেৰে গড় বার্ষিক আয় প্রায় 93,000 টকা । গুৱাহাটিতে এটা বেচৰকাৰী পৰীক্ষাগাৰত কৰা পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰা দামৰ হাৰ সংযোজন -১৩ত উল্লেখ আছে। উপার্জিত ৰাজহ এটিকাৰেন্টএকাউন্টত জমা হয়, ARRTIদ্বাৰাইয়াক ব্যয় কৰিব পৰা নাযায় ।

বিদ্যমান আন্তঃগাঁঠনি:

  • চৌহদৰ মাটি কালি-২৩৮.২ (পার্কিং / লন সহ)
  • শক্তি ব্যাক আপ – এতিয়াও দিয়া হোৱা নাই।
  • পৰীক্ষাগাৰ - ৫টা (মাটি, বিটুমেন, সমষ্টিগত, চিমেন্ট, মাটিৰ জৰীপ)
  • শ্ৰেণীকোঠা (ট্ৰেইনিং হল)– ২ টা
  • অডিটৰিয়াম - ১টা
  • কনফাৰেন্স হল - ১টা
  • গোট আলোচনা কক্ষ - ১টা
  • কম্পিউটাৰ কক্ষ - ১টা
  • পুথিভঁৰাল - ১টা
 

পৰীক্ষাগাৰ:

মাটি আৰু মাটিৰ জৰীপ ক্ষেত্ৰ

বৰ্তমানৰ স্থিতি

  • পৰীক্ষাৰ বাবে থকা পৰ্যাপ্ত যন্ত্রপাতিৰ তালিকা, তাৰঅৱস্থা, মাটিবিভাগৰক্রমাঙ্কনৰ তথ্য সংযোজন -১৪ ত পোৱা যায় ।
  • পৰীক্ষাৰ বাবে থকা পৰ্যাপ্ত যন্ত্রপাতিৰ তালিকা, তাৰ অৱস্থা, মাটিৰ জৰীপৰ ক্রমাঙ্কনৰ তথ্য সংযোজন -১৪ ত পোৱা যায় ।
  • মাটি ও মাটিৰ জৰীপ বিভাগে পৰীক্ষাগাৰ কর্মীৰ তালিকা সংযোজন- ৪ দুর্বলতা / বর্তমান অবস্থাতে সমস্যাৱলীপোৱা যায় ।