মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ) অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান

প্ৰশিক্ষণ, গৱেষণা আৰু পৰীক্ষাগাৰ

AARTI ৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীঃ

PWRD কৰ্মীবৃন্দৰ প্ৰশিক্ষণ

ARRTI য়ে ২০১৩ (৫), ২০১৪ (১৩), ২০১৫ (৫), ২০১৬ (১) আৰু ২০১৭ (৯) অনুযায়ী সংযোজন -১১ ত উল্লিখিত মুঠ 33 টা প্রশিক্ষণ কর্মসূচীৰ (বন্ধনীর মাজত দেখোৱা ধৰণেৰে) আয়োজন কৰা হৈছে । বিগত চাৰিটা বছৰত PW&RD ৰ মুঠ ৯০৭ জন কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । তাকে সংযোজন -১২ তকেডাৰ ভিত্তিত দেখুওৱা হৈছে।

অতিথি প্ৰশিক্ষকৰ বাবে মাননি

ইয়াত কোনো নিৰ্ধাৰিত মাননি নাই । অনুদান আগবঢ়োৱা কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত ধনৰাশিৰ ভিত্তিত এটা কাৰ্যসূচীৰ পৰা আনটো কাৰ্যসূচীলৈ মাননি পৃথক পৃথক হব পাৰে ।PMGSY ৰ অনুমোদিত কাৰ্যসূচীৰ বাবে প্ৰতি তিনি ঘন্টাত ৫০০০ কৈ টকা । PMGSY ৰ অধিনত ২ ৰ পৰা ৩ ডিচেম্বৰৰ ২০১৪ৰ সময়ত CRRI প্ৰশিক্ষকক নতুন উপকৰণ / প্রযুক্তিৰ ৰ ক্ষেত্ৰত ৩৫০০ ৰ পৰা ৭০০০ পৰ্যন্ত মাননি প্ৰদান কৰা হৈছিল ।

ঠিকাদাৰৰ কৰ্মীৰ বাবে ARRTI ৰ প্ৰশিক্ষণ

পথৰ ক্ষেত্ৰত পেছাদাৰীআৰু নির্মাণ কর্মীৰ দক্ষতা উন্নয়নৰ প্রয়োজনীয়তাক স্পৰ্শ কৰিবৰ বাবে, ২০১৬ চনৰ ১৮-১৯ আগষ্টত পথ উন্নয়ন বৃদ্ধিৰ বাবে বিশ্ববেংকৰ সহায়ত অসম ৰাজ্যিকপথ প্রকল্পৰ অধীনত তাৰপথ ক্ষেত্ৰৰ আধুনিকীকৰণকাৰ্যসূচীৰ অংশ হিচাপেদুদিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছিল। যত ৬৪ জনেঅংশ গ্ৰহণ কৰে ।

বিভাগীয় পৰীক্ষা অনুষ্ঠিত কৰাতARRTI ৰ ভূমিকাঃ

১১জানুৱাৰী২০১৭ তাৰিখৰ ৰাজ্যপালৰ আদেশ মৰ্মে বিভাগীয় পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ ARRTI ৰ সঞ্চালকে কমিটিৰ অধ্যক্ষক নিয়োগ কৰিব ।