অন্যান্য সংস্থাৰ বাবেARRTI দ্বাৰা পৰীক্ষা কৰ্ম সম্পন্ন - আয় অর্জিত হৈছেঃ
ARRTIৰ দ্বাৰা প্রদত্ত এই পৰিসেৱাৰ মাধ্যমেৰে গড় বার্ষিক আয় প্রায় 93,000 টকা । গুৱাহাটিতে এটা বেচৰকাৰী পৰীক্ষাগাৰত কৰা পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰা দামৰ হাৰ সংযোজন -১৩ত উল্লেখ আছে। উপার্জিত ৰাজহ এটিকাৰেন্টএকাউন্টত জমা হয়, ARRTIদ্বাৰাইয়াক ব্যয় কৰিব পৰা নাযায় ।
বিদ্যমান আন্তঃগাঁঠনি:
- চৌহদৰ মাটি কালি-২৩৮.২ (পার্কিং / লন সহ)
- শক্তি ব্যাক আপ – এতিয়াও দিয়া হোৱা নাই।
- পৰীক্ষাগাৰ - ৫টা (মাটি, বিটুমেন, সমষ্টিগত, চিমেন্ট, মাটিৰ জৰীপ)
- শ্ৰেণীকোঠা (ট্ৰেইনিং হল)– ২ টা
- অডিটৰিয়াম - ১টা
- কনফাৰেন্স হল - ১টা
- গোট আলোচনা কক্ষ - ১টা
- কম্পিউটাৰ কক্ষ - ১টা
- পুথিভঁৰাল - ১টা
পৰীক্ষাগাৰ:
মাটি আৰু মাটিৰ জৰীপ ক্ষেত্ৰ
বৰ্তমানৰ স্থিতি
- পৰীক্ষাৰ বাবে থকা পৰ্যাপ্ত যন্ত্রপাতিৰ তালিকা, তাৰঅৱস্থা, মাটিবিভাগৰক্রমাঙ্কনৰ তথ্য সংযোজন -১৪ ত পোৱা যায় ।
- পৰীক্ষাৰ বাবে থকা পৰ্যাপ্ত যন্ত্রপাতিৰ তালিকা, তাৰ অৱস্থা, মাটিৰ জৰীপৰ ক্রমাঙ্কনৰ তথ্য সংযোজন -১৪ ত পোৱা যায় ।
- মাটি ও মাটিৰ জৰীপ বিভাগে পৰীক্ষাগাৰ কর্মীৰ তালিকা সংযোজন- ৪ দুর্বলতা / বর্তমান অবস্থাতে সমস্যাৱলীপোৱা যায় ।